অসম

assam

By

Published : Jun 16, 2020, 12:11 PM IST

ETV Bharat / state

দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট

টোলগেট খন আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ আঞ্চলিক বিষয়া এম বি কনছৰটিয়ামে।

Madanpur toll gate open by administration
দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট

বাইহাটা, 16 জুন: মুকলি কৰা হ'ল কামৰূপ জিলাৰ মদনপুৰস্থিত টোলগেট ৷ ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মদনপুৰৰ টোলগেট আনুষ্ঠানিক ভাৱে মুকলি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ আঞ্চলিক বিষয়া এম বি কনছৰটিয়ামে। বিষয়া গৰাকীয়ে মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি উদ্বোধন কৰিলে মদনপুৰৰ টোলগেট ।

দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট

উল্লেখ্য যে, মঙলবাৰৰ পৰা 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰিলে পথাচাৰীয়ে ভৰিব লাগিব ধন ৷ কিন্তু প্ৰথম মাহত কামৰূপত পঞ্জীয়ন কৰা বাহন সমুহে ভৰিব নালাগে কোনো মাচুল ৷ এই সন্দৰ্ভত সবিশেষ অৱগত কৰিলে এম বি কনছৰটিয়ামে ৷

লগতে পঢ়কঃ জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

ABOUT THE AUTHOR

...view details