মহানগৰীত আমফেৰ এল পি স্কুলত ভোটদাতাৰ ভিৰ - third phase election
মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া ৷
![মহানগৰীত আমফেৰ এল পি স্কুলত ভোটদাতাৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3083330-thumbnail-3x2-b.jpg)
মহানগৰীত আমফেৰ এল পি স্কুলত ভোটদাতাৰ ভিৰ
গুৱাহাটী,23এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাৱে পুৱাই ব্যাপক ভিৰ দেখা গ'ল ভোটকেন্দ্ৰ সমূহত । মহানগৰীৰ সমীপৰ আমফেৰ এল পি স্কুলত দেখা গ'ল ভোটদাতাৰ ভিৰ । এই ভোটকেন্দ্ৰটোৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক আছৰাৰ আনচাৰীৰ এক প্ৰতিবেদন-
মহানগৰীত আমফেৰ এল পি স্কুলত ভোটদাতাৰ ভিৰ