অসম

assam

প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি কামৰূপ জিলা কংগ্ৰেছৰ

By

Published : Nov 26, 2020, 4:54 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা উদ্দেশ্যে ৰঙিয়া ৰাজীৱ ভৱনৰ সন্মুখত এক কাৰ্যসূচী গ্ৰহণ কৰে কামৰূপ জিলা কংগ্ৰেছৰ সদস্য সকলে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনষ্যাম কলিতা ৷

last-tribute-to-tarun-gogoi-frm-kamrup-congress-comitee
প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি কামৰূপ জিলা কংগ্ৰেছৰ

ৰঙিয়া, 26 নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা উদ্দেশ্যে ৰঙিয়া ৰাজীৱ ভৱনৰ সন্মুখত এক কাৰ্যসূচী গ্ৰহণ কৰে কামৰূপ জিলা কংগ্ৰেছৰ সদস্য সকলে ৷ এই অনুষ্ঠানতে কংগ্ৰেছ কৰ্মী সকলে প্ৰয়াত গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পন কৰা লগতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্বলন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ৷

প্ৰয়াত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি কামৰূপ জিলা কংগ্ৰেছৰ

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ঘনষ্যাম কলিতা ৷

লগতে পঢ়কঃআমবাৰীৰ বুঢ়া জামে মছজিদত তৰুণ গগৈক শেষ শ্ৰদ্ধা

ABOUT THE AUTHOR

...view details