অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটীত ভূমিকেন্দ্ৰিক বিবাদ

অৰূপ গগৈ নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে জোৰ জুলুম কৰি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে অৰূপ গগৈয়ে উক্ত দাগ পট্টাৰ ভূমিখিনি তেওঁলোকৰ পৰিয়ালৰ বুলি দাবী কৰে ।

উত্তৰ গুৱাহাটীত ভূমি কেন্দ্ৰিক বিবাদ

By

Published : May 7, 2019, 3:17 PM IST

গুৱাহাটী , 7 মে' : উত্তৰ গুৱাহাটীত ভূমি কেন্দ্ৰিক বিবাদ ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উত্তৰ গুৱাহাটী গৌৰীপুৰত ৷ গৌৰীপুৰ গাঁৱৰ 120/121/123নং দাগ আৰু 27 নং পট্টাৰ ভূমি বেদখল কৰাৰ অভিযোগ মনোজ কুমাৰ আগৰৱালা আৰু সৰোজ আগৰৱালাৰ৷

ভূমি বেদখল হোৱাৰ অভিযোগ তুলি উত্তৰ গুৱাহাটী আৰক্ষী চকীত ৰুজু কৰা হৈছে গোচৰ । অৰূপ গগৈ নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে জোৰ জুলুম কৰি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

উত্তৰ গুৱাহাটীত ভূমি কেন্দ্ৰিক বিবাদ

লগতে পঢ়ক :খুমটাইত পথ দুৰ্ঘটনাত আহত 4

আনহাতে অৰূপ গগৈয়ে উক্ত দাগ পট্টাৰ ভূমিখিনি তেওঁলোকৰ পৰিয়ালৰ বুলি দাবী কৰে । ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অৰূপ গগৈৰ দাবী-জালিয়াতিৰে খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে বণিয়া গোষ্ঠীয়ে ।জালিয়াতিৰে ব্যৱসায়ীগোষ্ঠীটোৱে মাটি দখল কৰাৰ অভিযোগ কৰিছে অৰূপ গগৈয়ে৷

ABOUT THE AUTHOR

...view details