কামৰূপ, 7 জানুৱাৰীঃ বকোৰ তাৰাবাৰীত অঘটন ৷ মঙলবাৰে ধান মিলৰ মেচিনত আঘাতপ্ৰাপ্ত হৈ এজন কৰ্মচাৰী মৃত্যুৰ মুখত পৰে ৷ নিহত কৰ্মচাৰীজন বকোৰ বটিয়ামাৰীৰ হাবিল আলী বুলি জানিব পৰা গৈছে ৷
বকোৰ তাৰাবাৰীত ধান মিলৰ কৰ্মচাৰী নিহত - বকোৰ বটিয়ামাৰীৰ হাবিল আলী
মঙলবাৰে ধান মিলৰ মেচিনত আঘাতপ্ৰাপ্ত হৈ বকোৰ বটিয়ামাৰীৰ হাবিল আলী নামৰ এজন লোক নিহত হয় ৷ মুৰত আঘাত পোৱাৰ বাবে মৃত্যু মুখত পৰে লোকজন ৷
কৰ্মচাৰী নিহত