অসম

assam

ETV Bharat / state

সফলতা কঢ়িয়াইছে কামৰূপ জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰই - kamrup Sankardev vidya niketan

অষ্টম আৰু দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে কামৰূপৰ হাজো ৰামডিয়াৰ শংকৰদেৱ শিশু নিকেতন নিখিলেছ দত্ত আৰু ভাৰ্গভ জ্যোতি দাসে। নিখিলেছ দত্তই মুঠ নম্বৰ ৫৮৬ নম্বৰ লাভ কৰাৰ লগতে ভাৰ্গভ জ্যোতি দাসে লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ ৷

সফলতা কঢ়িয়াইছে কামৰূপ জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰই
সফলতা কঢ়িয়াইছে কামৰূপ জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰই

By

Published : Jun 6, 2020, 7:30 PM IST

কামৰূপ,6 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিছে কামৰূপৰ হাজো ৰামডিয়াৰ শংকৰদেৱ শিশু নিকেতন ৷ অষ্টম আৰু দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে কামৰূপৰ হাজো ৰামডিয়া শংকৰদেৱ শিশু নিকেতনৰ দুগৰাকী শিক্ষাৰ্থীয়ে ৷

সফলতা কঢ়িয়াইছে কামৰূপ জিলাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰই
বিদ্যালয়খনৰ নিখিলেছ দত্তই মুঠ নম্বৰ ৫৮৬ নম্বৰ লাভ কৰাৰ লগতে ভাৰ্গভ জ্যোতি দাসে লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ ৷

ABOUT THE AUTHOR

...view details