ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি - এন ডি আৰ এফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান
কলহী নৈত গা ধুবলৈ গৈছিল দুৰ্ভগীয়া মহিলাগৰাকী ৷
ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি
ছয়গাঁও,3 ছেপ্তেম্বৰ:
- ছয়গাঁৱৰ পূৱ মাকেলিত অঘটন
- কলহী নৈত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী মহিলাৰ
- নিহত মহিলাগৰাকীৰ নাম মীৰা কলিতা
- ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষীৰ এটি দল
- এন ডি আৰ এফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান