- ৰাজ্যত ফেণীৰ প্ৰভাৱৰ সময়তে ব্ৰহ্মপুত্ৰত সংঘটিত হ'ল নাও দুৰ্ঘটনা
- পলাশবাৰীৰ ৰাণী চাপৰিৰ মাজিৰিগাঁৱলৈ গৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰত সংঘটিত হয় এই নাও দুৰ্ঘটনা
- নিশা 8 বজাত সংঘটিত েই দুৰ্ঘটনা
- প্ৰবল বতাহ আৰু বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰত নাওসহ উটুৱাই নিয়ে ৫ জনকৈ লোকক
- কথমপি ৪ জন লোকৰ প্ৰানৰক্ষা পৰে যদিও বৰ্তমানেও সন্ধানহীন ১ জন লোক
- কনক মজুমদাৰ, অৰূপ কলিতা, জোনমনি মহন্ত আৰু ৰত্নেশ্বৰ দাস নামৰ লোককেইজনৰ প্ৰান ৰক্ষা পৰাৰ বিপৰীতে সন্ধানহীন নৱ কলিতা নামৰ এজন লোক
ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, সন্ধানহীন 1 জন - brahmaputra river
শুকুৰবাৰে ৰাজ্যত ফেণীৰ প্ৰভাৱৰ সময়তে নিশা সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ কথমপি ৪ জনৰ প্ৰান ৰক্ষা, সন্ধানহীন ১ জন ।

ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা, সন্ধানহীন 1 জন