অসম

assam

কামাখ্যা গেটত চিলিণ্ডাৰ বিষ্ফোৰণ আতংকিত ৰাইজ

By

Published : Sep 6, 2019, 9:55 PM IST

মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ ঘটনা ৷ এখন হোটেলত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ দাওদাওকৈ জ্বলি উঠিল চিলিণ্ডাৰটো ৷ চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথলৈ পেলাই দিয়ে চিলিণ্ডাৰটো ৷

কামাখ্যা গেটত চিলিণ্ডাৰত জুই, আতংকিত ৰাইজ

গুৱাহাটী,6ছেপ্টেম্বৰঃ

  • মহানগৰীৰ কামাখ্যা গেটত ভয়ংকৰ ঘটনা
  • এখন হোটেলত চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হৈ দাওদাওকৈ জ্বলি উঠিল চিলিণ্ডাৰটো
    কামাখ্যা গেটত চিলিণ্ডাৰত জুই, আতংকিত ৰাইজ
  • চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত ৰাজপথলৈ পেলাই দিয়ে চিলিণ্ডাৰটো
  • ৰাজপথত বহুসময় ধৰি জ্বলি থাকে জুই
  • যাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত
  • পিচত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই

ABOUT THE AUTHOR

...view details