আজাৰা,৩ এপ্ৰিলঃ বুধবাৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল জোনমনি দেৱী খাউণ্ডে । ঘোঁৰাত উঠি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল ৭নং গুৱাহাটী সমষ্টিৰ হৈ নিৰ্দলীয়ভাৱে প্ৰতিনিধিত্ব কৰা জোনমনি দেৱীখাউণ্ড। বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ থকা এই প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিল যথেষ্ট সংখ্যক লোক ।
হাতত হেংদাং লৈ ঘোঁৰাত উঠি মনোনয়ন পত্ৰ দাখিল গুৱাহাটী সমষ্টিৰ এগৰাকী প্ৰাৰ্থীৰ - গুৱাহাটী
ব্যতিক্ৰমী ধৰণেৰে প্ৰায় ৫ শতাধিক সমৰ্থকক লগত লৈ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডৰ

হাতত হেংদাং লৈ ঘোঁৰাত উঠি মনোনয়ন পত্ৰ দাখিল
হাতত হেংদাং লৈ ঘোঁৰাত উঠি মনোনয়ন পত্ৰ দাখিল
"এইখন বীৰাংগনাৰ দেশ । কংগ্ৰেছ-বিজেপিৰ অপশাসন ৰোধ কৰি গুৱাহাটীবাসী ৰাইজক উন্নয়নৰ মুখ দেখুৱাবলৈ এই যুঁজত অৱতীৰ্ণ হৈছো । অসমীয়া চলচিত্ৰ জগতৰ উন্নয়নৰ বাবেও ৬ বছৰে অহৰহ চেষ্টা কৰি আছো" মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহি সাংবাদিকৰ ওচৰত এইদৰে মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ।