অসম

assam

By

Published : Nov 22, 2019, 4:29 AM IST

Updated : Nov 22, 2019, 4:38 AM IST

ETV Bharat / state

"আই আই টি গুৱাহাটী"ত আত্মহত্যা বিদেশী ছাত্ৰৰ

পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী আই আই টিত ৷ জাপানৰ ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত ৷

জাপানী ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত

কামৰূপ , 21 নৱেম্বৰঃআই আই টি, গুৱাহাটীত অঘটন ৷ পুনৰ আত্মহত্যাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটী আই আই টিত ৷ জাপানৰ এজন ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসৰ নিজৰ কোঠাত ৷ জাপানৰ GIFU বিশ্ববিদ্যালয়ৰ কোটা অনোদা নামৰ ছাত্ৰজন বায়' চাউন্স/বায়' ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে ৷ নিজ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ বাবে অসমলৈ অহা ছাত্ৰজনে বুধবাৰে আই আই টি গুৱাহাটীৰ লোহিত হোষ্টেলৰ E143 নম্বৰ কোঠাত আত্মহত্যা কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

জাপানী ছাত্ৰই আত্মহত্যা কৰিলে আই আই টিৰ ছাত্ৰাবাসত
Last Updated : Nov 22, 2019, 4:38 AM IST

ABOUT THE AUTHOR

...view details