কামৰূপ, 21 জুনঃদেওবাৰে সৰ্বত্ৰে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । শেহতীয়া পৰিস্থিতিৰ বাবে যদিও আনুষ্ঠানিকভাৱে যোগ দিৱস পালন কৰিব পৰা নগ'ল তৎসত্বেও বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ উদযাপিত কৰিছে যোগ দিৱস । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ভাৰতীয় সীমা সুৰক্ষা বাহিনী ৷ ভাৰতীয় সীমা সুৰক্ষা বাহিনী গুৱাহাটী শাখাৰ জোৱানসকলেও দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয় । যোগ অভ্যাসে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি কৰে ।
ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন - ভাৰতীয় সীমা সুৰক্ষা বাহিনী
ভাৰতীয় সীমা সুৰক্ষা বাহিনী গুৱাহাটী শাখাৰ জোৱানসকলেও দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হয় ।

যোগ দিৱস
ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন
যাৰ বাবে ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ গুৱাহাটী শাখাৰ জোৱানসকলেও পালন কৰিছে যোগ দিৱস । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ধুবুৰী, কোচবিহাৰ ফালাকতাৰ লগতে অসমৰ সকলো শাখাতে সামাজিক দূৰত্ব মানি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা পৰিলক্ষিত হৈছে ৷