অসম

assam

By

Published : Jun 16, 2019, 5:46 PM IST

ETV Bharat / state

সাৱধান ! আপোনাৰো প্ৰিয় নেকি ক’ল্ডড্ৰিংক্স ?

বাইহাটাত মাউণ্টেন ডিউ নামৰ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত বিষাক্ত পদাৰ্থ ৷

ক’ল্ডড্ৰিংক্স সেৱন কৰোতে সাবধান!!

বাইহাটা, 16 জুন: উৎকট গৰমত ক’ল্ডড্ৰিংক্স সেৱন কৰোঁতে সাৱধান হওক ৷ খোৱাৰ আগতে এবাৰ চাই ল’ব ক’ল্ডড্ৰিংক্সৰ বটল ৷ বাইহাটাত মাউণ্টেন ডিউ নামৰ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত বিষাক্ত পদাৰ্থ সোমাই থকা পৰিলক্ষিত হ’ল । কামৰূপৰ বাইহাটা চাৰিআলিৰ এখন দোকানৰ পৰা এজন গ্ৰাহকে খাবলৈ বুলি লওঁতেই এইবিধ ক’ল্ডড্ৰিংক্সৰ বটলৰ ভিতৰত পোৱা গ’ল প্লাষ্টিক জাতীয় এবিধ দ্ৰব্য । এই দ্ৰব্যবিধ অতি বিষাক্তও হ’ব পাৰে ।

ক’ল্ডড্ৰিংক্স সেৱন কৰোতে সাবধান!!

ABOUT THE AUTHOR

...view details