ৰঙিয়া,9 ফেব্ৰুৱাৰী: ৰঙিয়াৰ গকুল ষ্টোৰত আয়কৰ বিভাগৰ অভিযান ৷ ৰঙিয়াৰ ভূটান বাছষ্টেণ্ডত থকা গকুল ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সোমবাৰে আয়কৰ বিভাগৰ এটা দহজনীয়া দলে অভিযান চলাই ৷ অভিযানকাৰী দলটোৱে প্ৰতিষ্ঠান খনৰ পৰা বিভিন্ন নথি পত্ৰ জব্দ কৰাৰ লগতে GST ফাঁকি দিয়াৰো অভিযোগ উত্থাপন কৰে ৷
ৰঙিয়াৰ গকুল ষ্টোৰত আয়কৰ বিভাগৰ অভিযান
ৰঙিয়াৰ ভূটান বাছষ্টেণ্ডত থকা গকুল ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সোমবাৰে আয়কৰ বিভাগৰ এটা দহজনীয়া দলে অভিযান চলাই ৷ প্ৰতিষ্ঠান খনৰ পৰা বিভিন্ন নথি পত্ৰ জব্দ কৰাৰ লগতে GST ফাঁকি দিয়াৰো অভিযোগ উত্থাপন কৰে আয়কৰ বিভাগে ৷
ৰঙিয়াৰ গকুল ষ্টোৰত আয়কৰ বিভাগৰ অভিযান
ইফালে, ৰাতিপুৱাৰ পৰাই অভিযান চলাই বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা দলটোৱে নথি পত্ৰ জব্দ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীৰ কাৰ্যলয়লৈ লৈ যোৱাৰ লগতে ব্যৱসায়ী গকুল দাসৰ বিৰুদ্ধে দীৰ্ঘ সময় ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনে কৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক:তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা