ৰঙিয়া, 28 এপ্ৰিল : ৰঙিয়াত মহকুমা প্ৰশাসনৰ অভিযানত মঙলবাৰে ছীল হ’ল অবৈধভাৱে গুটখা বিক্ৰী কৰা ষ্টেচনেৰী এখন দোকান। ৰঙিয়াৰ ছ’চাইটি চ’কত থকা লক্ষ্মী ভাণ্ডাৰ নামৰ দোকানখন ছীল কৰে প্ৰশাসনে ।
ৰঙিয়াত অবৈধভাৱে গুটখা বিক্ৰী কৰা দোকান ছীল - লক্ষ্মী ভাণ্ডাৰ নামৰ দোকান
মঙলবাৰে ৰঙিয়াত ছীল হ’ল অবৈধভাৱে গুটখা বিক্ৰী কৰা ষ্টেচনেৰী দোকান ৷ লক্ষ্মী ভাণ্ডাৰ নামৰ দোকানখনৰ স্বত্বাধিকাৰীয়ে অবৈধভাৱে অত্যাধিক দামত গুটখা কৰাৰ সময়তে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই স্বত্বাধিকাৰীক হাতে-লোটে ধৰা পেলোৱাৰ লগতে ছীল কৰি দিয়ে দোকানখন ৷
![ৰঙিয়াত অবৈধভাৱে গুটখা বিক্ৰী কৰা দোকান ছীল ৰঙিয়াত অবৈধভাৱে গুটখা বিক্ৰী কৰা দোকান ছীল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6970592-954-6970592-1588055200035.jpg)
ৰঙিয়াত অবৈধভাৱে গুটখা বিক্ৰী কৰা দোকান ছীল
জানিব পৰা মতে,লক ডাউনৰ সময়তো অবৈধভাৱে গোপনে অত্যাধিক দামত গুটখা কৰি আহিছিল লক্ষ্মী ভাণ্ডাৰৰ স্বত্বাধিকাৰীয়ে। অৱশেষত অভিযান চলাই প্ৰশাসনে স্বত্বাধিকাৰীক হাতে-লোটে ধৰা পেলোৱাৰ লগতে দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰে আৰু দোকানখন ছীল কৰি দিয়ে ।
ৰঙিয়াত অবৈধভাৱে গুটখা বিক্ৰী কৰা দোকান ছীল
Last Updated : Apr 28, 2020, 12:31 PM IST