অসম

assam

দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি

By

Published : Mar 5, 2020, 1:03 PM IST

প্ৰতি বছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱ ৷ আঠ মাৰ্চৰ পৰা বাৰ মাৰ্চলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ ৷

holi preparation at Dol Govinda temple
দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি

কামৰূপ,4 মাৰ্চঃ ফাকুৱা মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ৷ প্ৰতি বছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱ ৷ আঠ মাৰ্চৰ পৰা বাৰ মাৰ্চলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ ৷ আঠ মাৰ্চত ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰভুক ফাকু প্ৰদান কৰি মহাপূজাৰ আৰম্ভণি কৰা হ’ব ৷ ইয়াৰ উপৰিও প্ৰতি নিশা সাংস্কৃতিক অনুষ্ঠানেৰে আদৰনি জনোৱা হ’ব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীক ৷

দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details