কামৰূপ,4 মাৰ্চঃ ফাকুৱা মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ৷ প্ৰতি বছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱ ৷ আঠ মাৰ্চৰ পৰা বাৰ মাৰ্চলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ ৷ আঠ মাৰ্চত ধৰ্মীয় পৰম্পৰাৰে মহাপ্ৰভুক ফাকু প্ৰদান কৰি মহাপূজাৰ আৰম্ভণি কৰা হ’ব ৷ ইয়াৰ উপৰিও প্ৰতি নিশা সাংস্কৃতিক অনুষ্ঠানেৰে আদৰনি জনোৱা হ’ব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীক ৷
দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি - দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি
প্ৰতি বছৰৰ দৰে এইবেলিও উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত আয়োজন কৰা হৈছে দৌল উৎসৱ ৷ আঠ মাৰ্চৰ পৰা বাৰ মাৰ্চলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হ’ব দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ ৷
দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ প্ৰস্তুতি