গুৱাহাটী,5 এপ্ৰিল: অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু নাই । মহানগৰীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ। বিগত আঠদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ৷ 1958 চনৰ আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য ৷
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য আৰু নাই - প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্য
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু নাই । মহানগৰীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ। বিগত আঠদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ৷ 1958 চনৰ আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য ৷
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য আৰু নাই
অসমৰ জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য ৰজাঘৰীয়াৰ ৰোষত পৰি কেইবাবাৰো কাৰাবাস খাটিব লগা হৈছিল ৷ ইয়াৰোপৰি অসম আৰক্ষীৰ উচ্চ পদবীও ত্যাগ কৰিছিল জাতিৰ বাবে। এইগৰাকী বিশিষ্ট ব্যক্তিৰ অকাল বিয়োগত শোকত মৰ্মাহত অলেখ গুণমুগ্ধ ৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰাও এইগৰাকী মহান ব্যক্তিৰ বিয়োগত সমবেদনা জ্ঞাপন কৰিছে ৷
লগতে পঢ়ক:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন