খুমটাই,ৰঙিয়া, 15 ছেপ্টেম্বৰঃ 1953 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ লগতে হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাপে মান্যতা প্ৰদান কৰিছিল৷ সেয়ে শনিবাৰে সমগ্ৰ ভাৰত বৰ্ষৰ লগতে খুমটাই চাহ বাগিচা বাল্য বিকাশ ভৱনৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাংগণত বিশ্ব হিন্দী দিৱস উদযাপন কৰা হয়৷
সমগ্ৰ ৰাজ্যতে হিন্দী দিৱস পালন
1953 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধানে হিন্দী ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ লগতে হিন্দীক ৰাষ্ট্ৰ ভাষা হিচাপে মান্যতা প্ৰদান কৰিছিল ৷
সমগ্ৰ ৰাজ্যতে হিন্দী দিৱস পালন
একেদৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো পালন কৰা হ'ল হিন্দী দিৱস৷ এই উপলক্ষে ৰঙিয়া হিন্দী বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই সভাখনত বহুকেইজন গণ্যমান্য ব্যক্তিয়ে হিন্দী ভাষা সম্পৰ্কে বাখ্যা দাঙি ধৰে।