দিশপুৰত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক
বান পৰিস্থিতিৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনাৰ বাবে এই বৈঠক
বৈঠকত কেইবাটাও বিভাগৰ মন্ত্ৰী, শীৰ্ষ বিষয়া উপস্থিত
উপস্থিত আছে কৃষি মন্ত্ৰী অতুল বৰা, ৰাজহ মন্ত্ৰী ভৱেশ কলিতা

জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী
বানত কোন বিভাগৰ কিমান ক্ষতি হৈছে সেই বিষয়ে আলোচনা বৈঠকত
ক্ষয়ক্ষতিৰ জোৰা মৰাৰ বাবে কিমান ধনৰ প্ৰয়োজন হ'ব সেই বিষয়েও আলোচনা
মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত আছে বৈঠকত