ৰঙিয়া,30 মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা ৰঙিয়াত প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷ এই উপলক্ষে আয়োজন কৰা সভাত শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷
অন্তিম প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে - hareshwar borman campaigned
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা ৰঙিয়াত প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷ এই উপলক্ষে আয়োজন কৰা সভাত শতাধিক দলীয় কৰ্মী উপস্থিত থাকে ৷

ৰঙিয়াত অন্তিম প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মণে
অন্তিম প্ৰচাৰ চলালে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে
সভাত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে কয়, ৰঙিয়াত অতীজৰে পৰা হিন্দু-মুছলমান সকলোৱে সম্প্ৰীতিৰে একেলগে বসবাস কৰি আহিছে। দল-মত নিৰ্বিশেষে বসবাস কৰা ৰাইজতকৈ কোনো দলেই ডাঙৰ নহয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে । উল্লেখ্য যে, সভাখনত বহুকেইজন ৰাইজৰ দলৰ নেতাই ভাষণ দি মহাজোঁট আৰু মিত্ৰজোঁটক কঠোৰ সমালোচনা কৰে ৷
লগতে পঢ়ক: পৰ্বতসম সম্পত্তিৰে ভৰপুৰ একে পৰিয়ালৰ তিনি প্ৰাৰ্থী