অসম

assam

ETV Bharat / state

গুৱাহাটীত হনুমানৰ বিশাল মূৰ্তি

আগন্তুক ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া হনুমান জয়ন্তী উপলক্ষে থাৰ্মকলেৰে নিৰ্মাণ কৰিছে বিশাল হনুমানৰ মূৰ্তি

By

Published : Apr 17, 2019, 2:51 PM IST

হনুমান জয়ন্তী উপলক্ষে বিশাল মূৰ্তি

কামৰূপ,17এপ্ৰিলঃ বিশ্বাস আৰু নিষ্ঠাৰ প্ৰতীক শ্ৰীশ্ৰীহনুমান বাবাৰ জন্ম সমাৰোহ উপলক্ষে ফাঁচী বজাৰৰ গোল্লাপটীত আয়োজন কৰা হৈছে ১০০ বছৰীয়া শ্ৰীশ্ৰীহনুমান জয়ন্তী ৷ আগন্তুক ২৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া হনুমান জয়ন্তী উপলক্ষে থাৰ্মকলেৰে নিৰ্মাণ কৰিছে বিশাল হনুমানৰ মূৰ্তি ৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠা মূৰ্তিটো পশ্চিমবংগৰ পৰা অহা এটা দলে নিৰ্মাণ কৰিছে বুলি জনাইছে উদ্যোক্তাসকলে ৷

হনুমান জয়ন্তী উপলক্ষে বিশাল মূৰ্তি

ABOUT THE AUTHOR

...view details