- হাজো আৰক্ষী থানাৰ কনিষ্টবল মইনুল হকক গ্ৰেপ্তাৰ
- গৰু চুৰি চক্ৰৰ সৈতে জড়িত হাজো আৰক্ষী থানাৰ কনিষ্টবল মইনুল হক
- কিছুদিন পূৰ্বে ৰিজাৰ্ভ ক্লজত প্ৰেৰণ কৰা হৈছিল মইনুল হকক গ্ৰেপ্তাৰ হ’ল হাজো আৰক্ষী থানাৰ কনিষ্টবল
- হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাস্কৰ বৰ্মনে গ্ৰেপ্তাৰ কৰে মইনুল হকক
গৰু চোৰ আৰক্ষী! - cow-smuggler
গৰু চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত হাজো আৰক্ষী থানাৰ কনিষ্টবল মইনুল হকক গ্ৰেপ্তাৰ ৷

গ্ৰেপ্তাৰ হ’ল হাজো আৰক্ষী থানাৰ কনিষ্টবল