হাজো,১৩জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হাজোতো ভয়ংকৰ ৰূপ লৈছে বানে। শনিবাৰে হাজোৰ বানাক্ৰান্তৰ মাজত উপস্থিত হয় গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা। সাংসদগৰাকীয়ে আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লৈ অতি শীঘ্ৰে বান সাহাৰ্যৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে। বানাক্ৰান্তসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰো আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে।
বানাক্ৰান্তৰ মাজত গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা - পুঠিমাৰী নৈ
হাজোৰ বানাক্ৰান্তৰ খবৰ লয় গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজাই। বানাক্ৰান্তসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰো আশ্বাস প্ৰদান কৰে সাংসদগৰাকীয়ে।

বানাক্ৰান্তৰ মাজত গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা
বানাক্ৰান্তৰ মাজত গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা
উল্লেখ্য যে,নেৰা-নেপেৰা বৰষুণৰ বাবে শুকুৰবাৰে পুঠিমাৰী নৈ উফন্দি উঠি হাজোৰ বহু অঞ্চল জলমগ্ন কৰি তোলে।