অসম

assam

ETV Bharat / state

চিকিৎসক হোৱাৰ সপোন দশম স্থানপ্ৰাপ্ত হাজোৰ মনিষাৰ - হাইস্কুল শিক্ষান্ত পৰীক্ষা

হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা মুঠ ৫৮৩ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ মালাকাৰৰ ৷ হাজোৰ সাতদলাতৰ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ একমাত্ৰ কন্যা মনিষা মালাকাৰ ৷

তীৰ্থ নগৰী হাজোলৈ গৌৰৱ কঢ়িয়ালে মনিষা মালাকাৰে

By

Published : May 15, 2019, 12:31 PM IST

হাজো, 15 মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে মনিষা মালাকাৰে ৷ হাজোৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা মুঠ ৫৮৩ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ মালাকাৰৰ ৷ হাজোৰ সাতদলাতৰ পৰশুৰাম মালাকাৰ আৰু মাতৃ উৰ্মিলা মালাকাৰৰ একমাত্ৰ কন্যা মনিষা মালাকাৰ ৷ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা ছাত্ৰীগৰাকীৰ ৷ ছাত্ৰীগৰাকীৰ এই ফলাফলত বিদ্যালয়ৰ চৌহদত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷

তীৰ্থ নগৰী হাজোলৈ গৌৰৱ কঢ়িয়ালে মনিষা মালাকাৰে

ABOUT THE AUTHOR

...view details