হাজোৰ ৰাজপথত চলিল নাও,বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন - হাজো
বানৰ কৱলত হাজো ৷ বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নাও বিতৰণ
![হাজোৰ ৰাজপথত চলিল নাও,বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3875266-thumbnail-3x2-op-2.jpg)
হাজোত ৰাজপথত চলিছে নাও, বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন
হাজো,18 জুলাইঃ বানাক্ৰান্তৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ। বানে বিধস্ত কৰা অঞ্চলত নাও বিতৰণ বানাক্ৰান্তক। মনাহকুচি,হাদালা,কঁচুৱাৰবৰী আদি অঞ্চলৰ বানাক্ৰান্তক ৫ খন নাও বিতৰণ কৰে সুমন হৰিপ্ৰিয়াই। হাজোৰ ৰাজপথত গাড়ী মটৰৰ বিপৰীতে চলিছে নাও ৷ হাজোৰ সামগ্ৰিক বান পৰিস্থিতিক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে বুলি মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷
হাজোত ৰাজপথত চলিছে নাও, বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন
Last Updated : Jul 18, 2019, 7:05 PM IST