অসম

assam

By

Published : Jul 26, 2019, 2:11 PM IST

ETV Bharat / state

ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাঁট

1720 চনতেই আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰিছিল উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক দেৱালয়টো ।

1720 চনতেই আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰিছিল উত্তৰ গুৱাহাটীৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক দেৱালয়টো

  • বিভিন্ন স্থানত ফাঁট মেলিছে প্ৰায় ৩০০ বছৰীয়া পুৰণি দেৱালয় খনৰ ।
  • ভূমিকম্পই বিপদ মাতিছে দেৱালয় খনলৈ ।
  • দেৱালয়খনৰ লগতে ৰজা দিনীয়া ভোগঘৰতো পৰিলক্ষিত হৈছে বৃহৎ ফাঁট ।
  • দেৱালয়খনৰ অস্তিত্বক লৈ শংকিত বিভিন্নজন ।
  • নয়নাভিৰাম প্ৰাকৃতিক শোভাৰ মাজত অৱস্থিত অশ্বক্লান্ত দেৱালয় ৰাজ্যৰ পৰ্যটন মানচিত্ৰৰো অন্যতম সম্পদ ।
  • ঐতিহাসিক সমল সমূহৰ সংৰক্ষণত গুৰুত্ব নাই চৰকাৰ তথা পৰ্যটন বিভাগৰ ।
    ঐতিহাসিক অশ্বক্লান্ত দেৱালয়ত ফাট

ABOUT THE AUTHOR

...view details