কামৰূপ, 2 ডিচেম্বৰঃমহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ চানডুবিত পৰ্যটনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি দল লৈ বিলৰ পাৰত উপস্থিত হয় বনমন্ত্ৰীগৰাকী ৷ মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়া গাঁৱখনো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে অঞ্চলতোৰ একাংশ দল সংগঠনৰ নেতৃত্বৰ সৈতে মিলিত হৈ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে ৷ লগতে বনধ্বংস ৰোধ কৰাত ৰাইজৰ সহযোগৰ বাবে ধন্যবাদ জনায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - Parimal suklabaidya st chandubi Lake
চানডুবিলৈ পৰ্যটনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত দেওবাৰে বন বিভাগৰ এটি দল লৈ বিলৰ পাৰত উপস্থিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ মন্ত্ৰী গৰাকীয়ে চানডুবি বিলত নৌকা বিহাৰ কৰি বিলৰ সিপাৰে থকা জৰাম খুৰীয়া গাঁৱখনো পৰিদৰ্শন কৰে ।
চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ