বকো,2মাৰ্চ:বকোৰ বৰুৱাত মঙলবাৰ নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত ভষ্মিভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত দুয়োটা পৰিয়ালৰে বহু পৰিমাণৰ সা সামগ্ৰী আৰু লাগতিয়াল নথি পত্ৰসহ প্ৰায় ৪০,০০০ নগদ ধন জুইত জাঁহ যায় ৷
বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড - বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড
মঙলবাৰৰ নিশা বকোৰ বৰুৱাত সংঘটিত হ'ল এক ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভষ্মিভূত হয় দুটাকৈ পৰিয়ালৰ বাসগৃহ ৷ উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ঘৰ দুটাত নাছিল কোনো লোক ৷

বকোৰ বৰুৱাত নিশা ভয়াৱহ অগ্নিকাণ্ড
স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জুইত জাঁহ যায় বাসগৃহ কেইটা ৷ উল্লেখ্য যে অগ্নিকাণ্ডৰ সময়ত ঘৰ দুটাত নাছিল কোনো লোক ৷