অসম

assam

ETV Bharat / state

মিঞা ভাষাৰ কবিতা বিভ্ৰাটৰ বিৰুদ্ধে গোচৰ ৰুজু - tabubur rahman

চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু । আব্দুল ৰহিম,আলাম আলী আৰু ডঃ হাফিজ আহমেদৰ বিৰুদ্ধে গোচৰ ৷ বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিলে এই গোচৰ

মিঞা ভাষাৰ কবিতা বিভ্ৰাৎৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Jul 12, 2019, 11:51 PM IST

চাংসাৰি,12 জুলাই : ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা মিঞা ভাষাৰ কবিতা বিভ্ৰাটৰ বিৰুদ্ধে চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু। বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক তবিবৰ ৰহমানে ৰুজু কৰিছে এই গোচৰ । আব্দুল ৰহিম,আলাম আলী আৰু ডঃ হাফিজ আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছে গোছৰ ৷ অসমীয়া জাতিক হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ। অসমীয়া জাতিৰ সাতাম পুৰুষীয়া বান্ধোনত কেৰোণ অনাৰ অভিসন্ধি কৰা বুলি অভিযোগ কৰে তবিবৰ ৰহমানে। লগতে মিঞা জনগোষ্ঠীৰ সংগঠন হিচাপে দাবী কৰা এটা সংগঠনে মিঞা জনগোষ্ঠীৰ সংজ্ঞা নিৰূপণ কৰা কাৰ্য দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিজেপি নেতাগৰাকীয়ে ।

মিঞা ভাষাৰ কবিতা বিভ্ৰাৎৰ বিৰুদ্ধে গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details