অসম

assam

By

Published : Jun 8, 2021, 1:48 PM IST

Updated : Jun 8, 2021, 1:57 PM IST

ETV Bharat / state

ৰঙিয়াত বন বিভাগৰ অভিযান

ৰঙিয়াত বন বিভাগৰ এক অভিযানত চালান বিহীন শিল আৰু মেতেল ভৰ্তি দুখন ডাম্পাৰ (Dumper) জব্দ কৰিবলৈ সক্ষম হয় ৷

Expedition of Forest Department in Rangia
ৰঙিয়াত বন বিভাগৰ অভিযান

ৰঙিয়া, 8 জুন : ৰঙিয়াত সোমবাৰে বন বিভাগে অভিযান চলায় ৷ উক্ত অভিযানত চালান বিহীন শিল আৰু মেতেল ভৰ্তি দুখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ৰঙিয়াত বন বিভাগৰ অভিযান

লকডাউন (Lockdown)ৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে বাক্সাৰ নাগ্ৰীজুলিৰ পৰা ৰঙিয়া অভিমুখে আহি থকা অৱস্থাত জব্দ হয় অবৈধ শিল আৰু মেতেল ভৰ্তি দুখনকৈ ডাম্পাৰ । উল্লেখ্য যে, ৰঙিয়াৰ বনকৰ্মীৰ নিয়মীয়া তহলদাৰী দলে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে AS 01 JC 9649 আৰু AS 25 EC 6177 নম্বৰৰ ডাম্পাৰ দুখন ৷

লগতে পঢ়ক : কৃত্রিম বানৰ কবলত বৰপেটাৰ হাউলীত

Last Updated : Jun 8, 2021, 1:57 PM IST

ABOUT THE AUTHOR

...view details