গুৱাহাটী, 20 নৱেম্বৰঃ অৱসৰ গ্ৰহণ কৰাৰ পাচত নিজ জন্মভূমিত উপস্থিত দেশৰপ্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। উচ্চতম ন্যায়ালয়ৰ কাৰ্যকাল শেষ কৰি প্ৰথমবাৰলৈ বুধবাৰে গুৱাহাটীত উপস্থিত হয় প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকী। দিল্লীৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত ৰঞ্জন গগৈ ।
অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ - ex cji ranjan gogoi
কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিমানবন্দৰৰ পৰা লৈ যোৱা হৈছে অসম সন্তান ৰঞ্জন গগৈ । মুখ্য ন্যায়াধীশ গৰাকীক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত থাকে প্ৰশাসনৰ লোকৰ লগতে বহু কেইগৰাকী অধিবক্তা আৰু ন্যায়াধীশ
![অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5125524-112-5125524-1574256989015.jpg)
অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ
অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈ
আনহাতে, কটকটীয়া নিৰাপত্তাৰে বিমানবন্দৰৰ পৰা লৈ যোৱা হৈছে অসম সন্তান ৰঞ্জন গগৈ । মুখ্য ন্যায়াধীশ গৰাকীক আদৰিবলৈ বৰঝাৰ বিমানবন্দৰত উপস্থিত থাকে প্ৰশাসনীয় লোকৰ লগতে বহু কেইগৰাকী অধিবক্তা আৰু ন্যায়াধীশ ৷ বৰঝাৰ বিমানবন্দৰৰ পৰা গীতানগৰস্থিত বাসগৃহলৈ ৰাওনা ৰঞ্জন গগৈ। উল্লেখ্য যে,অৱসৰৰ পূৰ্বে অযোধ্যাৰ ভূমি বিবাদৰ লগতে বহুতো গুৰুত্বপুৰ্ণ ৰায় প্ৰদান কৰিছিল ৰঞ্জন গগৈয়ে ৷