অসম

assam

ETV Bharat / state

ৰঙিয়াত বিকল ইভিএম

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ বিভিন্ন ঠাইত বিকল ইভিএম ৷ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকলৰ ঘটনা ৷

By

Published : Apr 18, 2019, 10:10 AM IST

ৰঙিয়াত বিকল ইভিএম

কামৰূপ,18 এপ্ৰিল: ৰঙিয়াৰ কেইবাঠাইতো বিকল ইভিএম । ফলত পলমকৈ আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ৰঙিয়াত বিকল ইভিএম

মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়াৰ কনিহা এম ভি স্কুল ভোটগ্ৰহণ কেন্দ্ৰ , পিবি কনিহা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰ , ৰঙিয়া বেছিক ট্ৰেইনিং ভোটগ্ৰহণ কেন্দ্ৰ , 161 নং ধুলাবড়ি ছোৱালী এম‌ ই স্কুল ভোটগ্ৰহণ কেন্দ্ৰ , 93 নং ধুলাবড়ি এল পি স্কুল ,16 নং বটাকুছি এল পি স্কুল ,26 নং নকুল এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈছে ইভিএম । ফলত পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details