অসম

assam

ETV Bharat / state

বাইহাটা চাৰিআলিত বিকল ইভিএম

বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ মদাৰতলা ভোট গ্ৰহণ কেন্দ্ৰ, আল্টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু মুক্তাপুৰ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হৈছে ইভিএম ৷

By

Published : Apr 18, 2019, 9:31 AM IST

বাইহাটা চাৰিআলিত বিকল ইভিএম

কামৰূপ,18 এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যৰ বিভিন্ন ঠাইত বিকল ইভিএম ৷ মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাইহাটা চাৰিআলিৰ তিনিটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকলৰ ঘটনা ৷

বাইহাটা চাৰিআলিত বিকল ইভিএম

আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 5 টা সমষ্টিত আৰম্ভ হোৱা ভোটগ্ৰহণত ইতিমধ্যে কেইবাঠাইতো বিকল হৈছে ইভিএম ৷ বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ মদাৰতলা ভোট গ্ৰহণ কেন্দ্ৰ, আল্টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু মুক্তাপুৰ ভোট গ্ৰহণ কেন্দ্ৰত বিকল হৈছে ইভিএম ৷

ABOUT THE AUTHOR

...view details