অসম

assam

ETV Bharat / state

ৰঙিয়াত ইভিএম বিকল - assam news

যাৰ বাবে কেইবা ঘন্টা ধৰি শাৰীপাতি ৰৈ থকাত অতিষ্ঠ হৈছে ভোটাৰসকল । বিশেষকৈ মহিলা ভোটাৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে ।

ৰঙিয়াত ইভিএম বিকল

By

Published : Apr 18, 2019, 12:26 PM IST

ৰঙিয়া, 18 এপ্ৰিলঃ ৰঙিয়াৰ 139 নং সিদ্ধিনাথ শৰ্মা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত বিসংগতি ৷ ভোটকেন্দ্ৰত 58 গৰাকী ভোটাৰে ভোটদান কৰাৰ পাচতে বিকল হৈ পাৰে ইভিএম । যাৰ বাবে কেইবা ঘন্টা ধৰি শাৰীপাতি ৰৈ থকাত অতিষ্ঠ হৈছে ভোটাৰসকল । বিশেষকৈ মহিলা ভোটাৰসকলে অসন্তুষ্টি প্ৰকাশ কৰে ।

ৰঙিয়াত ইভিএম বিকল

ABOUT THE AUTHOR

...view details