অসম

assam

By

Published : Jun 3, 2020, 4:52 PM IST

ETV Bharat / state

ৰঙিয়াত সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছ দলৰ

বুধবাৰে ৰঙিয়াৰ ৬নং ৱাৰ্ড আৰু মহখুলি গাঁৱৰ দুখীয়া লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিলে কংগ্ৰেছ দলৰ একাংশ সদস্যই ৷

essential foods distribution among poor people by congress in rangia
essential foods distribution among poor people by congress in rangia

ৰঙিয়া, 3 জুনঃ দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে খাদ্য সংকটত সন্মুখীন হোৱা সাধাৰণ শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ ওলাই আহিল কংগ্ৰেছ দল ৷ ৰঙিয়াৰ সহস্ৰাধিক পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে কংগ্ৰেছ দলে ৷ বুধবাৰে ৰঙিয়াৰ ৬ নং ৱাৰ্ড আৰু মহখুলি গাঁৱৰ দুখীয়া লোক সকলক চাউল,দাইল,মিঠাতেল,আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ৷ পৰৱৰ্তী সময়তো সামৰ্থ অনুযায়ী তেনে লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়াব বুলি জানিবলৈ দিয়ে দলটোৰ সদস্যই ৷

ৰঙিয়াত সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছ দলৰ

ABOUT THE AUTHOR

...view details