ৰঙিয়া, ৯ এপ্ৰিল: উত্তৰ-পূৱ সীমান্ত ৰেলৱেত ব্যৱস্থাত সংযোজন হ'ল আন এটি অধ্যায় ৷ উত্তৰ-পূৱ সীমান্ত ৰেলৱেত নতুন ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল । শুকুৰবাৰে নিশা বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ চলা এই বিশেষ ৰেলখন ৯ বাজি ৩০ মিনিটত ৰঙিয়া পায়হি মালবাহী ৰেলখন ।
ৰঙিয়াত প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল - বৈদ্যুতিক মালবাহী বাণিজ্যিক ট্ৰেইন
ইতিহাস ৰচি ৰঙিয়াত প্ৰথম বাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল । উত্তৰ-পূৱ সীমান্ত ৰেলৱেত নতুন ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল ।
![ৰঙিয়াত প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল ৰঙিয়াত প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ট্ৰেইন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11351600-898-11351600-1618042834640.jpg)
ৰঙিয়াত প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ট্ৰেইন
ৰঙিয়াত প্ৰথমবাৰৰ বাবে চলিল বৈদ্যুতিক মালবাহী বাণিজ্যিক ৰেল
প্ৰথমবাৰৰ বাবে এইদৰে চলা ৰেলখনক ৰঙিয়াত আদৰণি জনালে ৰেল বিভাগৰ শীৰ্ষ বিষয়া ভি এ মালেগাওকাৰে । ৰেলখন ৰঙিয়াত আহি উপস্থিত হোৱাৰ সময়ত ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰ উপস্থিত থাকে ।
লগতে পঢ়ক: অৰুণাচলত আৱদ্ধ অসমৰ ১৭ গৰাকী শ্ৰমিক