অসম

assam

By

Published : Sep 12, 2019, 4:32 PM IST

ETV Bharat / state

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

আগন্তুক দুৰ্গা পূজাৰ নিৰাপত্তা আৰক্ষী জিলা প্ৰশাসনৰ আৰু পূজা সমিতি সন্দৰ্ভত আলোচনা কৰা এই বৈঠকত । কামৰূপ জিলাৰ আটাইকেইখন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু পূজা সমিতিৰ লোক উপস্থিত থাকে বৈঠকত ৷

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

কামৰূপ, 12 চেপ্তেম্বৰঃ বৃহস্পতিবাৰে কামৰূপৰ আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত আৰক্ষী জিলা প্ৰশাসন আৰু দুৰ্গা পূজা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক । আগন্তুক দুৰ্গা পূজাৰ নিৰাপত্তা আৰক্ষী জিলা প্ৰশাসনৰ আৰু পূজা সমিতি সন্দৰ্ভত আলোচনা কৰা এই বৈঠকত । কামৰূপ জিলাৰ আটাইকেইখন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু পূজা সমিতিৰ লোক উপস্থিত থাকে বৈঠকত । পূজাৰ সময়ত যাতে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি, আৰক্ষী বিষয়া সষ্টম থাকিবলৈ অনুৰোধ জনাই কামৰূপ জিলা অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মাই ।

আমিনগাঁও উপায়ুক্ত কাৰ্যলয়ত দুৰ্গা পূজা সমিতিৰ বৈঠক

আনহাতে, উপায়ুক্ত কাৰ্যলয়ত অনুষ্ঠিত হোৱা বৈঠকত পূজা কমিটি সকলো নীতি নিয়ম বান্ধি দিয়ে । প্ৰতিখন পূজাস্থলীত চি চি কেমেৰা সংস্থাপন, পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰা লগতে পূজাস্থলীৰ বিপনী সমূহত ধূমপান আৰু ধপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱন বিক্ৰীৰ ওপৰতো বাধা আৰোপ কৰে । তাৰোপৰি পূজাৰ সময়ছোৱাত 144 ধাৰা অব্যাহত থাকিব ।

ABOUT THE AUTHOR

...view details