কামৰূপ,30 জানুৱাৰীঃ বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ পঞ্চ-সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে 3 ফ্ৰেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্যত স্থানীয় বন্ধ ঘোষণা কৰা হয় । লগতে সমগ্ৰ হাজো ৰাজহ চক্ৰত 31 জানুৱাৰীৰ পৰা 4 ফ্ৰেব্ৰুৱাৰী লৈ ড্ৰাই ডে ঘোষণা কৰে কামৰূপ(গ্ৰাম্য)ৰ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । সাহিত্য সভাৰ অধিৱেশনস্থলী ধপাত মুক্ত আৰু প্লাষ্টিক মুক্ত কৰিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷
সাহিত্য সভাৰ অধিৱেশন উপলক্ষে কামৰূপত স্থানীয় বন্ধ ঘোষণা - DRY DAY AND LOCAL HOLIDAY ANNOUNCED DUE TO SAHITYA SABHA ADHIBESAN
বস্ত্ৰনগৰী শুৱালকুছিত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ পঞ্চ-সপ্ততিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে 3 ফ্ৰেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্য জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে । লগতে সমগ্ৰ হাজো ৰাজহ চক্ৰত 31 জানুৱাৰীৰ পৰা 4 ফ্ৰেব্ৰুৱাৰী লৈ ড্ৰাই ডে ঘোষণা কৰে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই ।
স্থানীয় বন্ধ ঘোষণা