অসম

assam

ডন বস্ক মহাবিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় নাট প্ৰতিযোগিতা

By

Published : Mar 17, 2019, 3:22 PM IST

প্ৰতিযোগিসকলে প্ৰতিযোগিতাত উপস্থাপন কৰে 11 খনকৈ নাটক৷

etv bharat


নিউজ ডেস্ক,17 মাৰ্চ : আজাৰৰ ডন বস্ক মহাবিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় নাট প্ৰতিযোগিতা৷ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে নাট প্ৰতিযোগিতাত৷

don bosco

বিগত বৰ্ষত বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা প্ৰতিযোগিসকলে প্ৰতিযোগিতাত উপস্থাপন কৰে 11 খনকৈ নাটক৷ এই প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম লুইত কন্যা খ্যাত লেখিকা তথা,অভিনেত্ৰী ইলি আহমেড। নাট প্ৰতিযোগিতাখনে যথেষ্ট সমাদৰ লাভ কৰিছে বুলি জানিবলৈ দিয়ে আয়োজকসকলে৷

ABOUT THE AUTHOR

...view details