মেষ ৰাশি :দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ বজাৰলৈ যাব পাৰে ৷ আনন্দিত হ’ব ৷ মাতৃৰ পৰা প্ৰশংসা লাভ ৷
বৃষ ৰাশি :বিদেশত থকা বন্ধু বা আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব । ভ্ৰমণৰ যোগ ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন ।
মিথুন ৰাশি : মানসিক অশান্তি হ’ব পাৰে ৷ বেয়া ভাৱ মনলৈ নানিব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ খৰচ বৃদ্ধি ৷ ধ্যান বা যোগাসন কৰক ৷
কৰ্কট ৰাশি : দিনটো প্ৰায় ভাল ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ হকে পদক্ষেপ লওক ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি :দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ দিনটো আনন্দময় হ’ব ৷ সন্তানৰ স্বাস্থ্য যতন লওক ৷
কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে ভালদৰে পঢ়ি লওক ৷ দিনটো বৰ ভাল নহয় ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা ৷ কামৰ বোজাৰ পৰা সাৱধান ৷