ৰঙিয়া, 4 মে': বিশৃংখল পৰিস্থিতিৰ বাবে ৰঙিয়াত আৰক্ষীয়ে বন্ধ কৰিলে দোকান । লক্ ডাউন শিথিল কৰাৰ লগে লগে ৰঙিয়াৰ ঠায়ে ঠায়ে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰিছে একাংশ লোকে । প্ৰশাসনে জাৰি কৰা নীতি-নিয়ম পালন নকৰি একাংশ লোকে এফালৰ পৰা খুলি গৈছে দোকান-পোহাৰ । লগতে সামাজিক দূৰত্বও মানি চলা পৰিলক্ষিত নহ'ল সেই লোকসকলৰ মাজত ।
ৰঙিয়াত লক্ ডাউন শিথিলৰ পিচতে বিশৃংখল পৰিস্থিতি - cops closed the shops of rangia due to scattered situation
লক্ ডাউন শিথিল কৰাৰ পিচতে প্ৰশাসনে জাৰি নীতি-নিয়ম পালন নকৰি বিশৃংখল পৰিস্থিতি সৃষ্টি কৰাৰ বাবে ৰঙিয়াত আৰক্ষীয়ে বন্ধ কৰিলে দোকান ।
![ৰঙিয়াত লক্ ডাউন শিথিলৰ পিচতে বিশৃংখল পৰিস্থিতি cops closed the shops of rangia due to scattered situation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7055659-thumbnail-3x2-kk.jpg)
cops closed the shops of rangia due to scattered situation
ৰঙিয়াত লক্ ডাউন শিথিলৰ পিচতে বিশৃংখল পৰিস্থিতি
সোমবাৰে সমগ্ৰ ৰঙিয়া চহৰখনতে সৃষ্টি হোৱা বিশৃংখল পৰিবেশৰ বাবে দোকান সমূহ বন্ধ কৰি দিয়ে আৰক্ষীয়ে । কিয়নো ব্যৱসায়ীসকলে পালন কৰা নাই নিজ-নিজ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত জাৰি কৰা নীতি নিয়ম ।