গুৱাহাটী,16 জানুৱাৰী :কৃষি আইনৰ বিৰোধীতাত শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ জালুকবাৰীতো কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ জালুকবাৰীৰ কংগ্ৰেছ নেতা বাপুকন আলীৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীসকলে জালুকবাৰীৰ পৰা ৰাজভৱন ঘেৰাও কৰাৰ উদ্দেশ্যে গুৱাহাটীলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷
জালুকবাৰীত কংগ্ৰেছ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ - Congress protest
প্ৰতিবাদকাৰীসকলে জালুকবাৰীৰ পৰা ৰাজভৱন ঘেৰাও কৰাৰ উদ্দেশ্যে গুৱাহাটীলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ইয়াৰ ফলত আৰক্ষীৰ লগত কংগ্ৰেছ কৰ্মীসকলৰ হতাহতিৰ সৃষ্টি হয় ।
জালুকবাৰীত কংগ্ৰেছ প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ
ইয়াৰ ফলত আৰক্ষীৰ লগত কংগ্ৰেছ কৰ্মীসকলৰ হতাহতিৰ সৃষ্টি হয় । ফলত ৰাজপথততে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক :সত্যৰঞ্জন বৰাৰ আক্ৰমণৰ অভিযোগত আটক দুজন