অসম

assam

ETV Bharat / state

লাষ্টগেটত নতুন সংযোজন - Clock tower

১৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ক্ল'ক টাৱাৰ

CLOCK TOWER

By

Published : Feb 2, 2019, 7:23 PM IST

গুৱাহাটী , ২ ফেব্ৰুৱাৰী : শীঘ্ৰেই গুৱাহাটীত মুকলি হ'ব ক্ল'ক টাৱাৰ। পাৰ্ক পেনোৰামা আৰু লায়ন্স ক্লাৱৰ যৌথ প্ৰচেষ্ঠাত মহানগৰীৰ লাষ্টগেটত নিৰ্মাণ কৰা হৈছে ক্ল'ক টাৱাৰটো ।

CLOCK TOWER


গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ কৰি থকা ক্ল'ক টাৱাৰটোত বৰ্তমানলৈকে ১৭ লাখ টকা ব্যয় হৈছে যদিও ব্যয়ৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । গুৱাহাটীত প্ৰথম বাৰলৈ নিৰ্মাণ হোৱা ক্ল'ক টাৱাৰটোৱে মহানগৰীখনক প্ৰদান কৰিব এক সুকীয়া ৰূপ ।

ABOUT THE AUTHOR

...view details