ৰঙিয়া,1 ডিচেম্বৰঃ ৰঙিয়াত CITU আৰু AIKS ৰ প্ৰতিবাদ। দিল্লীৰ কৃষক আন্দোলনলৈ সমৰ্থন জনাই ওলাই আহিছে CITU আৰু AIKS ৰ কৰ্মীসকল। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।
দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS - কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি
দিল্লীৰ কৃষক আন্দোলনলৈ সমৰ্থন জনাই ওলাই আহিছে CITU আৰু AIKS ৰ কৰ্মীসকল । মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে ৰঙিয়াতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।
দিল্লীৰ কৃষকৰ আন্দোলনলৈ সমৰ্থন CITU আৰু AIKS
ৰঙিয়া নগৰৰ মূল পথ সমূহেৰে প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী কপাই তোলে । বিজেপি চৰকাৰে শীঘ্ৰে আন্দোলনকাৰী কৃষকৰ দাবী মানি নললে অসমতো তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।
লগতে পঢ়কঃ এসময়ত দেশী বিদেশী পৰ্যটকৰে ভৰি থকা চাপানালা আজি জনশূণ্য