অসম

assam

By

Published : Jun 11, 2019, 3:48 PM IST

ETV Bharat / state

উলংগ নৃত্য কাণ্ডঃ তিনি অভিযুক্তক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটাৰ নাম কালাতলীৰ নিজামুদ্দিন, ভিতৰদুৱাৰৰ ৰকমত আলি আৰু বকোৰ ডাকুৱাপাৰাৰ সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে । তিনিওটা অভিযুক্তকে কামৰূপ জিলাৰ আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হয় ।

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

কামৰূপ ,১১জুন : কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত নৃত্যদলৰ শিল্পীসকলক অশ্লীল-উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে ভাবুকি দিয়া কাণ্ডকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে মঙলবাৰে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইটাৰ নাম কালাতলীৰ নিজামুদ্দিন, ভিতৰদুৱাৰৰ ৰকমত আলি আৰু বকোৰ ডাকুৱাপাৰাৰ সঞ্জয় চৌধুৰী বুলি জানিব পৰা গৈছে । তিনিওটা অভিযুক্তকে কামৰূপ জিলাৰ আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ বাবে জেললৈ প্ৰেৰণ কৰা হয় ।

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত আৰক্ষীযে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details