অসম

assam

ETV Bharat / state

বিজ্ঞান শাখাত অষ্টম স্থানেৰে কামৰূপ উজলালে চিন্ময়ে - বিজ্ঞান শাখাত অষ্টম স্থানেৰে কামৰূপ উজ্বলালে চিন্ময়ে

নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল চিন্ময় নাথ।

Chinay nath
চিন্ময় নাথ

By

Published : Jun 25, 2020, 7:26 PM IST

আজাৰা, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত অষ্টম স্থান লাভ কৰে দক্ষিণ কামৰূপৰ বঙৰাৰ ধৰ্মেশ্বৰ নাথ আৰু ভাৰতী নাথৰ একমাত্ৰ পুত্ৰ চিন্ময় নাথে ৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল চিন্ময় নাথ।

চিন্ময় নাথ

সৰ্বমুঠ ৪৭৫ নম্বৰ লাভ কৰিবলৈ ৯৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে চিন্ময় নাথে । পৰীক্ষাৰ আগত দৈনিক ১০-১২ ঘন্টাকৈ পঢ়িছিল চিন্ময়ে। ভৱিষ্যতে চিকিৎসক হৈ মানৱ সেৱাত ব্ৰতী হ'বলৈ ইচ্ছা প্ৰকাশ চিন্ময়ৰ ।

লগতে পঢ়কঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল বঙাইগাঁৱৰ ফাৰহানুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details