ছয়গাঁৱত পথ দুৰ্ঘটনা; থিতাতে নিহত এগৰাকী মহিলা - Accident
শুকুৰবাৰে সন্ধিয়া ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয় ৷ লগতে গুৰুতৰভাৱে আহত হয় 1 জন যুৱকজন ৷

ছয়গাঁৱত পথ দুৰ্ঘটনা
ছয়গাঁও ২৩ আগষ্টঃ
- শুকুৰবাৰে সন্ধিয়া ছয়গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
- এখন বালি কঢ়িওৱা ট্ৰাকে মহতিয়ালে এগৰাকী মহিলা সহ যুৱকক
- ঘটনাস্থলীতে মৃত্যু হয় মহিলাগৰাকীৰ
- আনহাতে গুৰুতৰভাৱে আহত হয় যুৱকজন
- যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয়
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS ১৮ C ২৯৫০
- উল্লেখ্য যে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে
- বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে মৃত মহিলাগৰাকী চিনাক্তকৰণ কৰা হোৱা নাই ছয়গাঁৱত পথ দুৰ্ঘটনা