গুৱাহাটী , ৩ ফেব্ৰুৱাৰী : মহানগৰীৰ লাচিত নগৰৰ ব্যৱসায়ীক প্ৰতিস্থানৰ দুই ফৈদৰ মাজত বাক বিতণ্ডা । দে উপাধিৰ এজন স্তৰ মেনেজাৰে সুনন্দ সোণোৱাল নামৰ এজন কৰ্মচাৰীক অপব্যৱহাৰ কৰাক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ ।
মহানগৰীৰ ব্য়ৱসায়ীক প্ৰতিস্থানত উত্তপ্ত পৰিস্থিতি - লাচিত নগৰ
সুনন্দ সোণোৱাল নামৰ এজন কৰ্মচাৰীক অপব্যৱহাৰ কৰাক লৈ সৃষ্টি হয় বাক-বিতণ্ডাৰ
ETV BHARAT
দুই ফৈদৰ মাজত সৃষ্টি হোৱা বাক বিতণ্ডাক কেন্দ্ৰ কৰি অন্যান্য কৰ্মচাৰীসকলে কিছু সময়ৰ বাবে বন্ধ কৰি দিয়ে ব্যৱসায়ীক প্ৰতিস্থানটো । অৱশ্যে ব্যৱসায়ীক প্ৰতিস্তানটোৱে বিনা দোষত কৰ্মচাৰীজনক অপব্যৱহাৰ কৰা বুলি প্ৰকাশ কৰি দে উপাধিৰ স্তৰ মেনেজাৰজনক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।