অসম

assam

ETV Bharat / state

চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4 - accident

শুকুৰবাৰে পুৱাই চাংসাৰিত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ৷ চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে টাটা মেজিক পিকআপ ভানে ৷ ফলত 4 জন লোকৰ থিতাতে নিহত হয় ৷

চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4

By

Published : May 24, 2019, 11:02 AM IST

  • চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
  • থিতাতে নিহত মহিলাসহ চাৰিজন লোক
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো
  • চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ টাটা মেজিক পিকআপ ভানৰ
  • নিহত ব্যক্তিকেইজন ক্ৰমে সাবিত্ৰী দাস, প্ৰাঞ্জল বড়ো, অমৰ দাস, আৰু অতুল ৰয়
    চাংসাৰিত পথ দুৰ্ঘটনা, নিহত 4

ABOUT THE AUTHOR

...view details