অসম

assam

ETV Bharat / state

পুখুৰীত পৰি শিশুৰ মৃত্যু

ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰি এটি 7 বছৰীয়া শিশুৰ মৃত্যু ৷

ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰি এটি 7 বছৰীয়া শিশুৰ মৃত্যু

By

Published : Jul 5, 2019, 8:49 PM IST

  • ছয়গাঁৱৰ জোৰশিমুলিত অঘটন
  • পুখুৰীত ডুবি মইনা বেগম নামৰ এটি 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু
  • সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰে শিশুটি
  • পুখুৰীৰ পৰা শিশুটিক উদ্ধাৰ কৰি সোণতলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে
    ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰি এটি 7 বছৰীয়া শিশুৰ মৃত্যু

ABOUT THE AUTHOR

...view details